তিনিগৰাকী বিশেষ ব্যক্তিক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত কাম-কাজ তদাৰকৰ দায়িত্ব অৰ্পণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 21 May 2021

তিনিগৰাকী বিশেষ ব্যক্তিক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত কাম-কাজ তদাৰকৰ দায়িত্ব অৰ্পণ

 



W7s, News,  নিউজ ডেস্ক :  ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব হিচাবে নিযুক্তি দিয়া হৈছে। সাংবাদিক ধ্ৰুৱ মহন্তই মুখ্যমন্ত্ৰীৰ সংবাদমাধ্যমৰ সৈতে জড়িত বিষয়সমূহ চোৱা-চিতা কৰিব।


একেদৰে নৱজিৎ পাটগিৰিক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া (যোগাযোগ-জন সম্পৰ্ক-প্ৰটকল) হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


ইফালে গৌতম প্ৰসাদক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here