ইজৰাইল আৰু হামাছৰ ৰক্তক্ষয়ী সংঘর্ষৰ অৱসান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 21 May 2021

ইজৰাইল আৰু হামাছৰ ৰক্তক্ষয়ী সংঘর্ষৰ অৱসান

 




W7s, News নিউজ ডেস্ক : অৱশেষত ইজৰাইল আৰু হামাছৰ ৰক্তক্ষয়ী সংঘর্ষৰ অৱসান ঘটিল। ইজৰাইল চৰকাৰ আৰু পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছে ঘোষণা কৰিলে যুদ্ধবিৰতি। যুদ্ধবিৰতি ঘোষণাৰ পিছতেই ইজৰাইলী যুঁজাৰু বিমানৰ আক্রমণত বিধ্বস্ত গাজা ষ্ট্ৰীপত আৰম্ভ হ’ল আনন্দোৎসৱ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here