ক'ভিড আক্রান্ত হৈ দিল্লীত পুনৰ এগৰাকী অসমীয়াৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 May 2021

ক'ভিড আক্রান্ত হৈ দিল্লীত পুনৰ এগৰাকী অসমীয়াৰ মৃত্যু

 


#covid-19#death#delhi


W7S,


NEWS, নিউজ ডেস্ক: দিল্লী বিশ্ববিদ্যালয়ৰ শ্যাম লাল কলেজৰ সহকাৰী অধ্যাপক ৰাজৰ্ষি কলিতাৰ ক'ভিডত আক্রান্ত হৈ মৃত্যু হৈছে। ৰাজৰ্ষি কলিতা বিশিষ্ট গল্পকাৰ অৰূপা পতংগীয়া কলিতাৰ পুত্ৰ। মৃত্যু সময়ত কণমানি পুত্র আৰু পত্নীক এৰি থৈ গৈছে ৰাজৰ্ষি কলিতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here