গুৱাহাটীৰ ৮টা ৱাৰ্ডত হ'ব কণ্টেইনমেণ্ট জ'ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 May 2021

গুৱাহাটীৰ ৮টা ৱাৰ্ডত হ'ব কণ্টেইনমেণ্ট জ'ন

 

#containment


zone#covid-19#kamrup(m)



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীত  ঘোষণা হ'ব কণ্টেইনমেণ্ট জ'ন।কামৰূপ মহানগৰ উপাযুক্তই ঘোষণা কৰিব কণ্টেইনমেণ্ট জ'ন।গুৱাহাটীৰ হটস্পট এলেকাসমূহত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব।ক'ভিডৰ হটস্পটত গুৱাহাটীৰ ৮টাকৈ ৱাৰ্ড।

এই ৱাৰ্ডকেইটা হৈছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু৩১ নং ৱাৰ্ড।২৮নং ৱাৰ্ডত আক্ৰান্ত  ৭২৩, ১৬নং ৱাৰ্ডত ৫০৬, ৮নং ৱাৰ্ডত ৪১৯গৰাকী, ৩১নং ৱাৰ্ডত ৩৩৪, ২৯নং ৱাৰ্ডত ৩২৮, ১৪নং ৱাৰ্ডত ৩১৮, ৩নং ৱাৰ্ডত ২৯৩, ২৪নং ৱাৰ্ডত ২৮১গৰাকী লোক কৰ'নাত আক্ৰান্ত হৈছে। গুৱাহাটীত কৰ'নাত অধিক আক্ৰান্ত অঞ্চলকেইটা হৈছে বেলতলা, বশিষ্ঠ, ফটাশিল আমবাৰী, বৰ্ষাপাৰা, ধীৰেনপাৰা, কুমাৰপাৰা, এটিৰোড, মাছখোৱা, ভুতনাথ, খানাপাৰা, পাঞ্জাবাৰী, হাতীগাঁও, উলুবাৰী, ৰিহাবাৰী, ডিজিপি কমপ্লেক্স, বিলপাৰ, ছলাপাৰা,পাণ্ডু, মালিগাঁও, নাৰেংগী, বোন্দা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here