বৃন্দাবন চুপাৰমাৰ্টৰ বিশেষ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 May 2021

বৃন্দাবন চুপাৰমাৰ্টৰ বিশেষ পদক্ষেপ

 



#covid-19#brindabanmart

W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ :


'ইয়াৰ দ্বাৰা আমি বৃন্দাবন চুপাৰমাৰ্টৰ তৰফৰ পৰা জনাব  বিচাৰিছো যে আমাৰ কাহিলীপাৰা স্থিত দুমহলীয়া ঘৰটো ক'ভিড কেয়াৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক'ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ/প্ৰশাসনক প্ৰদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ -এইদৰে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে পোষ্ট দিয়ে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে। তেওঁৰ এই পদক্ষেপক ফেচবুকৰ জৰিয়তে বহুজনে শলাগে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here