বুধবাৰে নিশা গুৱাহাটীৰ উলুবাৰী শ্মশানস্থলীত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 May 2021

বুধবাৰে নিশা গুৱাহাটীৰ উলুবাৰী শ্মশানস্থলীত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা

 


#covid#death#55#kamrup (m)


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : বুধবাৰে নিশা গুৱাহাটীৰ উলুবাৰী শ্মশানস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত কেতবোৰ পদক্ষেপ লোৱাৰ চিন্তা-চৰ্চা কৰিব বুলি কয় মন্ত্ৰী ড০  হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য, বুধবাৰে মুঠ ১৭ টা ক'ভিডত মৃত্যু হোৱা ৰোগীৰ সৎ কাৰ কৰা হয়। গুৱাহাটীৰ আঠগাঁও কবৰস্থান  আৰু ভূতনাথ শ্মশানত ক'ভিড আক্ৰান্ত ৰোগীৰ সৎকাৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখ, বুধবাৰে ক'ভিডত কামৰূপ (ম) মুঠ ৫৫ জন লোকে প্ৰাণ হেৰুৱায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here