প্ৰাক্তন মন্ত্ৰী মাতংগ সিংঙৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

প্ৰাক্তন মন্ত্ৰী মাতংগ সিংঙৰ মৃত্যু

 




#exminister#matang singh#died


W7S, NEWS, নিউজ ডেস্ক : প্ৰাক্তন মন্ত্ৰী , তথা অসমৰ বৈদ্যুতিক সংবাদ  মাধ্যমৰ বাটকটীয়া মাতংগ সিংৰ বৃহস্পতিবাৰে পুৱা ১০ বজাত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্রান্ত হৈ আছিল। তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল। অসমৰ পৰা ৰাজ্যসভালৈ প্ৰতিনিধিত্ব কৰিছিল মাতংগ সিংঙে। তেওঁ ১৯৯৪ চনৰ পৰা ১৯৯৮ চনলৈ কেন্দ্ৰীয় মন্ত্ৰী আছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here