ক'ভিড আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিংৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

ক'ভিড আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিংৰ

 



#covid-19#death#ex minister#ajit singh


W7S, NEWS, নিউজ ডেস্ক :

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ বৃহস্পতিবাৰে মৃত্যু হয়।

ক'ভিডে প্ৰাণ ললে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

চলিত বছৰৰৰ ২০ এপ্ৰিলত তেওঁৰ দেহত ধৰা পৰিছিল ক'ভিড।

উল্লেখ্য, ৰাষ্ট্ৰীয় লোকদলৰ সভাপতি আছিল অজিত সিং। তেওঁৰ

 মৃত্যুত  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here