গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 May 2021

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী

 



 W7s, News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়  হাস্পতাল দেওবাৰে পৰিদৰ্শন কৰি অধ্যক্ষ আৰু কভিড চিকিৎসা ব্যৱস্থাপনাত নিয়োজিত আন জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে আলোচনাত মিলিত হ’য় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ক'ভিড মহামাৰীৰ ক্ৰমবৰ্ধমান সংক্ৰমণ ৰোধৰ বাবে অনুসৰণ কৰিব লগা চিকিৎসা প্ৰটোকল আৰু অন্যান্য সুবিধাসমূহৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here