কেৰালাৰ পৰা জাগীৰোডলৈ আহিল কৰ'না এক্সপ্ৰেছ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 May 2021

কেৰালাৰ পৰা জাগীৰোডলৈ আহিল কৰ'না এক্সপ্ৰেছ

 


 #COVID19 #Kerala #Jagiroad #CoronaExpress #VivekExpress #AssamNews


W7s News, ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যৰ জটিল ক'ভিড পৰিস্থিতিৰ মাজত আহিছে এটা ভয়ংকৰ খবৰ। কেৰালাৰ পৰা জাগীৰোডলৈ আহিল কৰ'না এক্সপ্ৰেছ। জাগীৰোড ষ্টেচনত ক'ভিড টেষ্ট নকৰোৱাকৈ পলাল বিবেক এক্সপ্ৰেছেৰে অহা ৫ শতাধিক বিবেকহীন যাত্ৰী। ক'ভিড টেষ্ট কৰিবলৈ ৰৈ থকা চিকিৎসা কৰ্মীক গতিয়াই পলায়ন যাত্ৰীসকলৰ। দৰ্শক হৈ ৰৈ থাকিল আৰক্ষী। এই ৫ শতাধিক মানৱ বোমাক লৈ আতংকিত হৈ পৰিছে জাগীৰোডবাসী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here