সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 May 2021

সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

 



W7s, News নিউজ ডেস্ক : সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি সকলে সোমবাৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে । 

সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰৰ ক’ভিড টীকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ বাদে সকলো বিষয়া কৰ্মচাৰীৰ এদিনৰ মূল দৰমহা বৰঙণি হিচাপে আগবঢ়াবলৈ গ্ৰহন কৰা সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ।

মুখ্যমন্ত্ৰী ড. শৰ্মাই এই পদক্ষেপৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদক ধন্যবাদ জ্ঞাপন কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here