ভাৰতীয় ক্ৰিকেট তাৰকা এম এছ ধোনীৰ মহানুভৱতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

ভাৰতীয় ক্ৰিকেট তাৰকা এম এছ ধোনীৰ মহানুভৱতা

 




#ipl2021#covid#dhoni#chennaisuperkings


W7S, NEWS, নিউজ ডেস্ক: ভাৰতীয় ক্ৰিকেট তাৰকা এম এছ ধোনীয়ে সকলো বিদেশৰ খেলুৱৈক প্ৰথমে স্ব-গৃহলৈ যোৱাৰ অগ্ৰাধিকাৰত গুৰুত্ব দিয়ে। তাৰপাছত তেওঁ বুধবাৰে শেষৰখন বিমানেৰে স্ব-গৃহত উপস্থিত হয় তেতিয়ালৈকে বিদেশৰ সকলো খেলুৱৈ স্ব-গৃহত উপস্থিত হয়। তেওঁ কয় ' ময়েই শেষৰজন খেলুৱৈ যি একেবাৰে শেষত হোটেল এৰিছোঁ। মই বিচাৰো বিদেশৰ খেলুৱৈ সকলে প্ৰথমে সুস্থ আৰু সুৰক্ষিত ভাৱে নিজ দেশলৈ উভতি যাওঁক।তাৰপাছত ভাৰতীয় খেলুৱৈ সকলে যাওঁক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here