কভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষাৰ দিন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 4 May 2021

কভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষাৰ দিন

 

#Hslc#exam#covid#situation


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : কভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষাৰ দিন।

১১ মে'ত নহয় পৰীক্ষা।স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰিব পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব ছেবাই। এইকথা জনালে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here