কংগনা ৰানাৱটৰ টুইটাৰ একাউণ্ট ‘স্থায়ীভাৱে’ বন্ধ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 4 May 2021

কংগনা ৰানাৱটৰ টুইটাৰ একাউণ্ট ‘স্থায়ীভাৱে’ বন্ধ






W7S, NEWS, নিউজডেস্ক : বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ টুইটাৰ একাউণ্ট ‘স্থায়ীভাৱে’ বন্ধ কৰিলে টুইটাৰে।ইতিমধ্যে টুইটাৰ কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে। অভিনেত্ৰী গৰাকীৰ বহু কেইটা  বিতৰ্কিত টুইটৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰিছে টুইটাৰে। উল্লেখ্য,, বংগৰ নিৰ্বাচনক লৈ 

উদ্দেশ্য প্ৰণোদিতভাৱে ভালেমান টুইটেৰে বিতৰ্কিত মন্তব্য কৰিছিল অভিনেত্ৰী কংগনা ৰানাৱতে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here