অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 18 May 2021

অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা

 


W7s, News, ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যৰ শেহতীয়া ভয়ংকৰ ক’ভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কিন্তু এতিয়া পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। ক'ভিডৰ সংক্রমণ থাকক বা নাথাকক কিছু সালসলনি কৰি হ’লেও উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিব চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here