মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫ লাখ টকাৰ অনুদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 18 May 2021

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫ লাখ টকাৰ অনুদান

 




W7s, News, ষ্টাফৰিপোৰ্টাৰ :  মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপ জ্যোতি সন্দিকৈ আৰু বিশ্ববিদ্যালয়ৰ স্থায়ী ফেকাল্টি, কৰ্মচাৰী সকলে ১৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। উল্লেখ্য, ৰাজ্যত ক'ভিড-১৯ এ ভয়াবহ ৰূপ ধৰাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানমৰ্মে ৰাইজৰ সহায়ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ধনৰাশি আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here