ব্যতিক্ৰমী সময়ত সামগ্ৰিক উৎকৰ্ষ সাধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 2 May 2021

ব্যতিক্ৰমী সময়ত সামগ্ৰিক উৎকৰ্ষ সাধন

 




W7S, NEWS,নতুন দিল্লী, 

ব্যতিক্ৰমী সময় ত সামগ্ৰিক উৎকৰ্ষ সাধন


৯% কৰ বৃদ্ধি ১০,৫২২ কোটি টকা লৈ (প্ৰথম বাৰলৈ ১০ হাজাৰ কোটি ৰ লক্ষ্য প্সৰ্শ

 ইবিআইটিডিএ ৩২% বৃদ্ধি, ২,৭৮৩ কোটি লৈ

এতিয়ালৈকে হোৱা সৰ্বোচ্চ ইবিআইটিডিএ সীমিত ২৬.৪% ত 

ইবিআইটিডিএ / টি বৃদ্ধি ২৪% ৰ পৰা ১৩৩৩/ টি লৈ

 ৫ গুণ  পিএটি বৃদ্ধি ১,২৪৩ কোটি লৈ ( প্ৰথম বাৰলৈ ১ কোটি ৰ লক্ষ্য প্সৰ্শ)

৬ গুণ  ইপিএচ বৃদ্ধি ৬৫.৬৫ 

 ২,২২৪ কোটি টকাৰ ধাৰ ৰ পুনৰ পৰিশোধ (নেট ধাৰ / ইবিআইটিডিএ ০.০৪ গুণ)

৭% লৈ বিক্ৰী ৰ পৰিমাণ বৃদ্ধি  ২০.৭ এম এন টি

১৬.৪% লৈ অধিস্থিত ক্ষমতা বৃদ্ধি ৩০.৭৫ এম এন টি

শ্বেয়াৰ বাইবেক ব্যৱস্থাপনা সফলতাৰে সম্পন্ন (৩২৯ কোটি টকাত ৬১.৬৬ লাখ শ্বেয়াৰ)

আইবিচি ৰ অধীনত মুৰুলী উদ্যোগ ৰ অধিগ্ৰহণ  সম্পন্ন

 ভাৰতৰ আগশাৰীৰ চিমেণ্ট নিৰ্মাণ কোম্পানী ডালমিয়া ভাৰত লিমিটেড, Dalmia Bharat Limited, (বিএচঈ:৫৪২২১৬, এনএসঈ: ডালভাৰত)( BSE: 542216, NSE: DALBHARAT), এ ইয়াৰ ৩১ মাৰ্চ ২০২১ত শেষ হোৱা বছৰেক আৰু অৰ্ধৰ একত্ৰিত অৰ্থনৈতিক ফলাফলৰ ৰিপ'ৰ্ট দাঙি ধৰিছে। ফলাফল সম্পৰ্কে ডালমিয়া ভাৰত লিমিটেড ৰ পৰিচালন সঞ্চালক শ্ৰী পুনীট ডালমিয়া কয়, "ডালমিয়া ভাৰত ইয়াৰ কৰ্মকৰ্তাসকলক লৈ অতি গৌৰৱান্বিত , যিয়ে এনে এক কঠিন সময়তো সৰ্বাংগ সুন্দৰ আৰু নেতৃত্বশীলওদ্যোগিক প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। আন এক শক্তিশালী অৰ্থনৈতিক আৰু প্ৰদৰ্শনকাৰী বৰ্ষৰ সৈতে আমি শক্তিশালী বেলেঞ্চ চীট আৰু অসাধাৰণ উৎকৃষ্ট কৰ্মকৰ্তাৰ অৱলম্বনত বৰ্ধিত বিকাশৰ দিশে আগবাঢ়িছো।" 

ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেড ৰ পৰিচালন সঞ্চালক  মহেন্দ্ৰ সিংঘী এ কয়,"এই বৰ্ষৰ কোম্পানীৰ প্ৰদৰ্শন ৰ সৈতে মই অতি আনন্দিত হৈছো। বিস্তাৰিত ভিত্তিত আমাৰ কৰ্ম সঞ্চালিত প্ৰত্যেক অঞ্চলৰ ৯% কৰ বৃদ্ধি আৰু ৪৬০ বিপিএচ ৰ ইবিআইটিডিএ সীমা বিস্তাৰৰ অৱলম্বন ত এই প্ৰদৰ্শন সম্ভৱ হৈছে। এক শৃংখলাবদ্ধ সম্পাদনা ৰ দ্বাৰা , আমি সফলতাৰে আমাৰ ক্ষমতা ১৬% লৈ বৃদ্ধি কৰিছো আৰু একে সময়তে আমাৰ ঋণ পৰিশোধ কৰিবলৈ সক্ষম হৈছো।"


মূল বঁটা আৰু স্বীকৃতি 


একেৰাহে দ্বিতীয় বাৰৰ বাবে, ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেড একমাত্ৰ আন্তৰ্জাতিক চিমেণ্ট কোম্পানী যি ৰাষ্ট্ৰসংঘৰ জলবায়ু লক্ষ্য বৈঠক ২০২০ ত বক্তব্য ৰাখিবলৈ নিমন্ত্ৰণ লাভ কৰিছে।  


১৬ টি আন্তৰ্জাতিক কোম্পানী ৰ ভিতৰত অন্যতম কোম্পানী যি "চিওপি-২৬ বিজনেছ লীডাৰ" হিচাপে নিযুক্ত হৈছে ইউনাইটেড নেশ্বনছ ফ্ৰেমৱৰ্ক কনভেনছন অন ক্লাইমেট চ্ছেঞ্জ (ইউএনএফচিচিচি) ৰ অধীনস্থ চিওপি-২৬ প্ৰেচীডেন্সী , ৰাষ্ট্ৰ সংঘৰ শীৰ্ষস্থানীয় বিভাগৰ দ্বাৰা। 


ডিচিবিএল লৈ ইয়াৰ বহনক্ষম অনুশীলনতাৰ বাবে ইণ্টাৰনেশ্বনেল চিমেণ্ট এক্জিকিউতিভ  এ প্ৰদান কৰিছে এছিয়া ছাস্তেইনেবিলিটী এণ্ড এন্ভাইৰন্মেণ্টেল ষ্টীৱাৰ্ডশ্বীপ বঁটা। 


বিজনেছ ৱৰ্ল্ড পিপল্চ এল এণ্ড ডি উৎকৰ্ষ বঁটা ত নালন্দা (ডালমিয়া ভাৰত ৰ আভ্যন্তৰীণ এল এণ্ড ডি দলে ) শীৰ্ষ সন্মান লাভ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here