W7s, News, নিউজ ডেস্ক : অসমত ধুমুহা-বৃষ্টিপাত, বজ্ৰপাত আৰু ভূমিস্খলনৰ আশংকা কৰা হৈছে ২৬ আৰু ২৭ মে'ত। বংগোপ সাগৰত সৃষ্টি হোৱা সামুদ্ৰিক ধুমুহা য়াছৰ প্ৰভাৱ পৰিব অসমতো।অসম আৰু উত্তৰ-পূবক সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কাইলৈ পশ্চিম বংগ হৈ বাংলাদেশত প্ৰৱেশ কৰিব য়াছ। ইতিমধ্যে পশ্চিমবঙ্গ হৈ অসমলৈ অহা ১৭ খন ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে।
No comments:
Post a Comment