চলচিত্ৰ পৰিচালক দাৰা আহমেদৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 May 2021

চলচিত্ৰ পৰিচালক দাৰা আহমেদৰ মৃত্যু

 





W7s, News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ এপ’ল’ হাস্পাতালত সোমবাৰে পুৱা 

অসমীয়া চলচিত্ৰৰ পৰিচালক  দাৰা আহমেদৰ মৃত্যু হয় ।  দেওবাৰে দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক গুৱাহাটীৰ এপ’ল’ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকে লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰে ।  সোমবাৰে পুৱা পৰিচালকগৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে। গুৱাহাটীৰ গন্ধিবস্তি নিবাসী দাৰা আহমেদে।ৰিক্সাৱলা,লখিমী,ধ্ৰুৱতৰা, উৰ্বশী,পূজা, দেৱী আদি জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। 

তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক কর্মী সকলৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here