ৰাজ্যত সোমবাৰে ক'ভিডত ৭৭ জনৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 10 May 2021

ৰাজ্যত সোমবাৰে ক'ভিডত ৭৭ জনৰ মৃত্যু

 




#COVID19 l Highest single day death reported in Assam#


 


W7S, NEWS, নিউজ ডেস্ক :

সমগ্ৰ দেশ তথা ৰাজ্যত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

ৰাজ্যত সোমবাৰে ক'ভিডত ৭৭ জনৰ মৃত্যুৰ হয়। আনহাতে কামৰূপ (ম) ত ৩০ জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here