ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যালয় নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 10 May 2021

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যালয় নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী

 



W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মহাপুৰুষ শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত লৈ সন্ধিয়া ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যালয় পল্টন বজাৰত কেশৱধামত উপস্থিত হ'য় নতুন মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰায় ৪৫মিনিটৰ এক আলোচনাত মিলিত হয় সংঘৰ শীৰ্ষ পদাধিকাৰী ক্ৰমে উল্লাহ কুলকাৰ্নী, সুনীল দেশপান্ডে, সুনীল মহান্তি, বশিষ্ঠ বুজৰবৰুৱা, নৃপেন বৰ্মন ধৰি কেইবাজনো নেতাৰ সৈতে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here