#menstrual Hygiene Day# 28 May
W7s, ষ্টাফৰিপোৰ্টাৰ: হেল্পিঙ হেণ্ডছৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আৰু গাৰ্ল আপ গুৱাহাটীৰ সহযোগত শুকুৰবাৰে দুখীয়া মহিলাৰ মাজত চেনিটেৰী নেপকিন বিতৰণ কৰা হয়। মেনচত্রুৱেল হাইজিন দে পলক্ষে গুৱাহাটীৰ ফটাশীল আমবাৰীৰ বস্তি অঞ্চলৰ দুখীয়া মহিলা, যুৱতীৰ মাজত দুই শতাধিক চেনিটাৰী নেপকিন বিতৰণ কৰা হয় বুলি হেল্পিঙ হেণ্ডছৰ প্ৰতিষ্ঠাপক উমেশ আগৰৱালে জানিবলৈ দিয়ে।
No comments:
Post a Comment