ফিল্পকাৰ্টৰ গ্ৰাহকৰ বাবে সু- খবৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 May 2021

ফিল্পকাৰ্টৰ গ্ৰাহকৰ বাবে সু- খবৰ

 


#filpkart#assamese language#marketing product


W7s, News নিউজ ডেস্ক : এতিয়াৰে পৰা অসমীয়া ভাষাত বস্তু ক্ৰয় কৰাৰ সুবিধা পাব গ্ৰাহকে। ফিল্পকাৰ্টে লৈ আহিছে সেই সুবিধা। এই কথা টুইটযোগে জনাইছে বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। তেওঁ কয় ' ফিল্পকাৰ্টৰ গ্ৰাহক সকলৰ বাবে প্ৰডাক্ট সমূহ অসমীয়া ভাষাত মাৰ্কেটিং কৰাৰ সুবিধা থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here