গুৱাহাটী প্ৰেছ ক্লাৱত অজিত কুমাৰ ভূঞাৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 April 2021

গুৱাহাটী প্ৰেছ ক্লাৱত অজিত কুমাৰ ভূঞাৰ সংবাদমেল

 



W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,

 নিৰ্বাচন সুকলমে চলি যোৱাৰ বাবে অসম বাসীক ধন্যবাদ 

গুৱাহাটী প্ৰেছ ক্লাৱত সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল অনুষ্ঠিত হয়।

মহাজোঁটে একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰৰ গঠন কৰিব বুলি দাবী ভূঞাৰ ৷ 

গাড়ীত ইভিএম ধৰা পৰা ঘটনাকলৈ উদ্দিগ্নতা প্ৰকাশ ৷ 

নিৰ্বাচন আয়োগে বহু সময়ত ল'ব লগীয়া সিদ্ধান্ত ল'বলৈ সাহস নকৰে ৷ 

অভিযোগ সন্দৰ্ভত নিৰ্বাচন আযোগে কঠোৰ স্থিতি গ্ৰহন কৰা নাই ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্য আযোগে পালন কৰিব বুলি আশাবাদী ৷ 

অসমৰ ৰাইজে ইভিএমৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব ৷ 

ষ্ট্ৰং ৰূমত ৰাজনৈতিক দল আৰু ৰাইজে সতৰ্ক দৃষ্টি ৰাখিব লাগিব বুলি মন্তব্য ভূঞাৰ ৷ আঞ্চলিক গণ মৰ্চাই অসমৰ থলুৱা ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰিব ৷ 

মহাজোঁটৰ চৰকাৰ হ'লে থলুৱাৰ স্বাৰ্থ কি দৰে সুৰক্ষা কৰিব পাৰি সেয়া মহাজোঁটৰ চৰকাৰে কৰিব ৷ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকাৰী কৰনৰ বাবে মহাজোঁটৰ চৰকাৰৰ অংশীদাৰ হিচাপে গুৰুত্ব আৰোপ কৰিম ৷ নিৰ্বাচনত সাংবাদিক সকলে সুন্দৰ ভূমিকা পালন কৰিছে ৷  সাংবাদিকক ধন্যবাদ ৷ 

ধাৰাপুৰৰ ব্যক্তিগত বাহনত ইভিএম সংঘটিত হোৱা ঘটনা হোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ৷ দিছপুৰত আঞ্চলিক গণ মৰ্চাৰ কাৰ্যবাহী সভাপতি জয়লাভ কৰাতো নিশ্চিত বুলি দাবী ভূঞাৰ ৷ 

বোকাখাতত প্ৰণৱ দলে জয়লাভ কৰিব বুলি দাবী  ৷

প্ৰথপ পৰ্যায়ৰ নিৰ্বাচনত - ২০ খন 

দ্বিতীয় পৰ্য়াত ২১- ২২ খন 

তৃতীয় - ২৬ - ৩০  খন ৷

ৰাইজৰ দল আৰু আজাপৰ জয়লাভ কৰা বিধায়ক কেইগৰাকী  মহাজোঁট অহাটো জৰুৰী বুলি কয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here