কাজিৰঙা বাণিজ্য মেলাৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 April 2021

কাজিৰঙা বাণিজ্য মেলাৰ সামৰণি


 



 W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটীৰ খানাপাৰস্থিত গণেশ মন্দিৰ খেলপথাৰত কাজিৰঙা মাল্টি পাৰপাচ ৱমেন ছ'চাইটি উদ্যোগত অনুষ্ঠিত কাজিৰঙা বাণিজ্য মেলাৰ দেওবাৰে সামৰণি পৰে। ১৯ মাৰ্চৰ পৰা অনুষ্ঠিত এই মেলাত ২৮ মাৰ্চত অনিতা পালৰ নেতৃত্বত অনুষ্ঠিত হয় এখন মেক আপ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত বিচাৰক আসন গ্ৰহণ কৰে হেডজ'নত কুমাৰ মিলি আৰু চাইনিং ড্ৰাইভত পাপৰি দাস।

প্ৰতিযোগিতাত মুঠ ২০ জনী প্ৰতিযোগিৰ মাজৰ পৰা গীতা ছেত্ৰী (মডেল আৰতি ছেত্ৰী), পুনম ছেত্ৰী (মডেল ৰাজনন্দিনী পাঠক) প্ৰথম ৰাণাৰআপ, অনুপমা ৰয় (মডেল নিশা ৰয়) দ্বিতীয় ৰাণাৰআপ আৰু জুৰীৰ বিশেষ বঁটা প্ৰথম গোলাপী কাৰডং আৰু দ্বিতীয় অনু ছেত্ৰীয়ে লাভ কৰে।

 এই প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰমাণ পত্ৰ,  ট্ৰফী, আলোচনীৰ ফটোশ্বুটৰ সুযোগ আৰু অন্যান্য উপহাৰ সামগ্রী দিয়া হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here