বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ক'ভিড পজিটিভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 April 2021

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ক'ভিড পজিটিভ

 




W7S NEWS, ষ্টাফৰিপোৰ্টাৰ :  বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ক'ভিডত আক্ৰান্ত হৈছে। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ কেবিনত চিকিৎসাধীন  হৈ আছে বিশিষ্ট সাহিত্যিকগৰাকী। আনহাতে জনপ্ৰিয় কন্ঠশিল্পী

জুবলী আক্ৰান্ত ক'ভিডত আক্ৰান্ত হৈছে।  কিছুদিনৰ পৰা অসুস্থ অৱস্থাত আছিল জুবলী বৰুৱা। সামাজিক মাধ্যম যোগে শিল্পী গৰাকীয়ে ক'ভিড পজিটিভ বুলি জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here