W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ বিহু কমিটিৰ বিষয়-ববীয়াৰ লগত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী বৈঠক শনিবাৰে অনুষ্ঠিত হয়। বৈঠকত
ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি সম্পৰ্কে উদ্বিগ্ন প্ৰশাসন প্ৰকাশ কৰা হয়। সেই অনুসৰি বিহু উদযাপন স্থলীত গৈ নিৰীক্ষণ কৰিব আৰক্ষীয়ে।মাস্ক নিপিন্ধিলেই ভৰিব লাগিব ১০০০ টকাৰ জৰিমণা।
প্ৰবেশদ্বাৰতে দৰ্শকক থাৰ্মেল স্কেনিং কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
No comments:
Post a Comment