একাধিক জিলাৰ প্ৰাথমিক শ্ৰেণীৰ পাঠদান। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 April 2021

একাধিক জিলাৰ প্ৰাথমিক শ্ৰেণীৰ পাঠদান।

 




#himantabiswasarma #pressmeet #school #assam #covid



W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, কাইলৈৰ পৰা বন্ধ থাকিব একাধিক জিলাৰ প্ৰাথমিক শ্ৰেণীৰ পাঠদান। তদুপৰি গড়ে শতাধিক আক্ৰান্ত জিলাৰ প্ৰাথমিক স্কুল বন্ধ থাকিব।

-স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন  সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ লগতে কয় ' ৰাজ্যত গড়ে ৪ শতাধিক লোক কৰ'নাত আক্ৰান্ত হৈছে। সেই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here