৪৮ বছৰীয়া হ'ল শচীন টেণ্ডুলকাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 April 2021

৪৮ বছৰীয়া হ'ল শচীন টেণ্ডুলকাৰ

 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ৪৮ বছৰীয়া হ'ল ক্ৰিকেট তাৰকা শচীন ৰমেশ টেণ্ডুলকাৰ। ১৯৭৩ চনৰ ২৪ এপ্ৰিলত জন্ম গ্রহণ কৰে শচীন ৰমেশ টেণ্ডুলকাৰে।  মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ ওপজা দিন উপলক্ষে তেওঁৰ অনুৰাগী সকলে সামাজিক মাধ্যমযোগে জনাইছে অলেখ অযুত শুভকামনা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here