বিবাহপাশত আবদ্ধ হ'ল বক্সাৰ অংকুশিতা বড়ো - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 23 April 2021

demo-image

বিবাহপাশত আবদ্ধ হ'ল বক্সাৰ অংকুশিতা বড়ো

Responsive Ads Here

 

FB_IMG_1619186570006






W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : বিবাহপাশত আবদ্ধ হ'ল অসমৰ তাৰকা

বক্সাৰ অংকুশিতা বড়ো।

বক্সিং প্ৰশিক্ষক ত্ৰিদিব বৰাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ মেঘাইজাৰণিৰ জীয়ৰী অংকুশিতাই। 

উল্লেখ্য, ২০১৭ চনত গুৱাহাটীত অনুষ্ঠিত আইবা বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনৰে সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰিছিল বক্সাৰ গৰাকী।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *