দিল্লীত কোভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিকৰ মৃত্যু, শোকৰ ছাঁ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 30 April 2021

দিল্লীত কোভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিকৰ মৃত্যু, শোকৰ ছাঁ

 




W7S, NEWS, নতুন দিল্লী : দিল্লীস্থ অসমীয়া সাংবাদিক  নিলাক্ষী ভট্টাচাৰ্যৰ শুকুৰবাৰে পুৱা ক'ভিড আক্ৰান্ত হৈ দিল্লীৰ প্ৰতীক্ষা হাস্পতালত মৃত্যু হয়। টাইম্ ছ অৱ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নিলাক্ষীৰ স্বামী কল্যান বৰুৱাও ক'ভিড আক্ৰান্ত হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ আছে। কল্যাণ বৰুৱা দা আছা ট্ৰিবিউন  কাকতৰ দিল্লীৰ  Bureau Chief।

নিলাক্ষী পৰ্বতাৰোহী ৰূপেও সমাদৃত হৈছিল। তেওঁ হিমালয়ৰ বিভিন্ন প্ৰান্তলৈ কেইবাটাও অভিযানত অংশ লৈছিল। গুৱাহাটীৰ দুসাহসিক ক্ৰীড়া সংগঠন Explorersৰ প্ৰতিষ্ঠাপক সদস্য নীলাক্ষীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। নীলাক্ষীয়ে স্বামী কল্যাণ বৰুৱা আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকা একমাত্ৰ কন্যাক এৰি থৈ গৈছে। Explorers সংগঠনে নীলাক্ষীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here