চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশলৈ হ্ৰাস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 April 2021

চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশলৈ হ্ৰাস

 


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, 

কেন্দ্ৰীয় চৰকাৰে

দেশৰ সকলো চৰকাৰী

 কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশলৈ হ্ৰাস দিছে কৰাৰ নিৰ্দেশ দিছে। আজিৰ পৰাই এই নিৰ্দেশ কাৰ্যকৰী হ’ব। উল্লেখ্য, দেশত কৰ'না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here