১৫ মে' লৈ বন্ধ ঐতিহ্যমণ্ডিত পৰ্যটনথলী, কীৰ্তিচিহ্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 April 2021

১৫ মে' লৈ বন্ধ ঐতিহ্যমণ্ডিত পৰ্যটনথলী, কীৰ্তিচিহ্ন





W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, ৰংঘৰ , কাৰেংঘৰসহ ৰাজ্যৰ সকলো ঐতিহ্যমণ্ডিত পৰ্যটনথলী পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভগে। কৰ'না ভাইৰাচৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে'লৈকে বন্ধ থাকিব কীৰ্তিচিহ্ন, পৰ্যটন স্থলী সমূহ। দেশ তথা ৰাজ্যত কৰ'না ভাইৰাচত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তাজমহল, কুটুবমিনাৰ, পুৰীৰ জগন্নাথ মন্দিৰ, সোমনাথ মন্দিৰ আদি বন্ধ ৰখা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here