ক'ভিড ভেকচিন ললে মুখ্যমন্ত্ৰী সোণোৱালে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 April 2021

ক'ভিড ভেকচিন ললে মুখ্যমন্ত্ৰী সোণোৱালে

 


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ক'ভিড ভেকচিন ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ক'ভিড ভেকচিনৰ প্ৰথম ডোজ ললে মুখ্যমন্ত্ৰী সোণোৱালে। তেওঁ টুইটাৰ যোগে এই কথা সদৰী কৰে। লগতে ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here