ক'ভিড ভেকচিনৰ দ্বিতীয় ডোজ ললে প্ৰধানমন্ত্ৰী মোদীয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 April 2021

ক'ভিড ভেকচিনৰ দ্বিতীয় ডোজ ললে প্ৰধানমন্ত্ৰী মোদীয়ে

 



W7S, NEWS : নতুন দিল্লী : ক'ভিড ভেকচিনৰ দ্বিতীয় ডোজ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডিঙিত অসমৰ স্বাভিমান ফুলাম গামোছা লৈ বৃহস্পতিবাৰে দিল্লীৰ এইমছত ডোজ লয় প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে পহিলা মাৰ্চত গ্ৰহণ কৰিছিল ক'ভিড ভেকচিনৰ প্ৰথম ডোজ। দেওবাৰৰ পৰা চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়ত প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন। ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে দেশৰ ৮ খন ৰাজ্যত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here