অসমত নহয় লকডাউন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 April 2021

অসমত নহয় লকডাউন

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,

 অসমত নহয় লকডাউন আৰু নৈশ সান্ধ্য আইন। সমাগত ৰঙালী বিহু সম্পর্কেও দিয়া হৈছে কিছু নীতি নিৰ্দেশনা। স্বাস্হ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা এখন সংবাদমেলযোগে সদৰী কৰে। মন্ত্ৰী শৰ্মাই লগতে কয় বিহু উদযাপনৰ বাবে প্ৰস্তুত কৰা হ'ব বিশেষ এছ অ' পি। এছ অ' পিত থাকিব বিশেষ নীতি নিৰ্দেশনা। আনহাতে দর্শন সকলেও সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here