গুৱাহাটীত দুখন বিদ্যালয় ৭ দিনৰ বাবে বন্ধৰ নিৰ্দেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 April 2021

গুৱাহাটীত দুখন বিদ্যালয় ৭ দিনৰ বাবে বন্ধৰ নিৰ্দেশ

 




#covid 19#schools #NPS #NoonmatiJatiyaVidyalaya #guwahati #assam 



W7S , NEWS ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটীৰ দুখন বিদ্যালয় ৭ দিনৰ বাবে বন্ধৰ নিৰ্দেশ দিয়া হৈছে। সোমবাৰৰ পৰা ২৫ এপ্ৰিললৈ বন্ধ থাকিব বিদ্যালয় দুখন। বন্ধ থাকিব নুনমাটি জাতীয় বিদ্যালয়, বেতকুছিস্থত এন পি এছ। নুনমাটি জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী সহ দুই কৰ্মচাৰী, এন পি এছৰ শিক্ষাৰ্থী আক্ৰান্ত হৈছে ক'ভিডত।

-কামৰূপ(ম) প্ৰশাসনে জাৰি কৰিলে এই বন্ধৰ নিৰ্দেশ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here