মেঘালয়ত ক'ভিড সন্দৰ্ভত বিশেষ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 April 2021

মেঘালয়ত ক'ভিড সন্দৰ্ভত বিশেষ পদক্ষেপ

 



#covid-19# meghalaya#review meeting


W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ,

মেঘালয়ত ক'ভিড সন্দৰ্ভত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ'নাড কে চাংমাই এখন পৰ্যালোচনা সভাৰ আয়োজন কৰে। যাৰ জৰিয়তে সোমবাৰৰ পৰা ৪ মে' লৈ বিদ্যালয় সমূহ বন্ধ ৰখাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চৰকাৰী  আৰু ব্যক্তিগত কাৰ্যালয়সমূহ কার্যলয়ত ৫০ শতাংশ ব্যক্তিৰ দ্বাৰা পৰিচালিত হোৱা, ২৩ এপ্ৰিলৰ পৰা পৰ্যটকৰ বাবে দুৱাৰ ৰখা হ'ব। নিজৰ ঠাইৰ লোকৰ বাবে পৰ্যটনৰ দূৱাৰ মুকলি থাকিব। দোকান পোহাৰ সমুহেও ক'ভিড বিধি মানি চলিব লাগিব। হোটেল সমূটো মাত্ৰ ৫০ শতাংশ লোকৰে খুলিব পাৰিব। ৰাজ্যখনৰ ৪৫ ৰ ঊৰ্ধৰ সকলৰ বাবে ভেকচিনৰ বাবে ব্যৱস্থা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here