নিৰ্বাচনী বিজয় উৎসৱ আৰু সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ ভাৰতীয় নিৰ্বাচনী আয়োগেৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 April 2021

নিৰ্বাচনী বিজয় উৎসৱ আৰু সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ ভাৰতীয় নিৰ্বাচনী আয়োগেৰ

 





W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ক'ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিজয় উৎসৱ আৰু সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰতীয় নিৰ্বাচনী আয়োগে। আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কয় 'বৰ্তমান আমি এক জটিল সন্ধিক্ষণৰ মাজেৰে গতি কৰিছোঁ আৰু এই প্ৰতিকূল সময়ত ক'ভিড-১৯ বিৰোধী যুঁজত সমাজ আৰু জনতাৰ প্ৰতি নিজৰ দায়িত্ব সমৰ্পিতভাৱে পালন কৰিবলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে মই আন্তৰিকতাৰে আহ্বান জনালোঁ। মাস্ক পৰিধান কৰক আৰু যাৱতীয় নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনালো।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here