#Festivalrestriction#corona virus#Holi#Bihu
W7S, NEWS : সমাগত ফাকুৱা, ৰঙালী বিহু আৰু ঈদ উল ফিটৰত জনসমাগমত বাধা আৰোপ কৰা হৈছে। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰ'না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰা প্ৰতি লক্ষ্য ৰাখি এক নিৰ্দেশনা জাৰী কৰিছে। এই নিৰ্দেশনা অনুসৰি ৰাজ্যসমূহক এই উৎসৱ সমূহত জনসমাগম ৰোধ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
No comments:
Post a Comment