কৰ'নাত আক্ৰান্ত আমিৰ খান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 24 March 2021

কৰ'নাত আক্ৰান্ত আমিৰ খান


 

W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,বলিউডৰ যশস্বী অভিনেতা আমিৰ খান কৰ'নাত আক্ৰান্ত হৈছে। বুধবাৰে অভিনেতা গৰাকীৰ দেহত কৰ'নাৰ উপস্থিতি ধৰা পৰে। অভিনেতা গৰাকীয়ে সম্প্ৰতি নিজকে কোৱাৰেন্টাইনত ৰাখিছে। অভিনেতাগৰাকীৰ সংস্পৰ্শলৈ অহা সকলক ক'ভিড পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here