সোণেৰে নিৰ্মাণ কৰা হ'ল গণেশ মহাপ্ৰভুৰ মূৰ্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 24 March 2021

সোণেৰে নিৰ্মাণ কৰা হ'ল গণেশ মহাপ্ৰভুৰ মূৰ্তি

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটীৰ গণেশগুৰিৰ  শ্ৰী শ্ৰী গণেশ মন্দিৰৰ  গণেশ মহাপ্ৰভুৰ মূৰ্তিটো সম্পূৰ্ণ সোণেৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ  অনুমানিক ব্যয় প্ৰায় ৫-৭ কৌটি টকা । গণেশ মহাপ্ৰভুৰ মূৰ্তিটো প্ৰত্যক্ষ কৰিবলৈ তথা পূজা অৰ্চনা কৰিবলৈ বহু ভক্তৰ সমাগম হৈছে। এগৰাকী ভক্তই গণেশ মহাপ্ৰভুৰ মূৰ্তিটো মন্দিৰ পৰিচালনা সমিতিৰ হাতত অপৰ্ণ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here