কৃষক মুক্তিৰ কার্যলয়ত মেধা পাটকাৰৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 25 March 2021

কৃষক মুক্তিৰ কার্যলয়ত মেধা পাটকাৰৰ সংবাদমেল

 #Medha patkar#pressmeet#KMSS






W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,

কৃষক মুক্তিৰ কার্যলয়ত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত বিশিষ্ট সমাজকর্মী মেধা পাটকাৰে

কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰে। তেওঁ কৃষক নেতা অখিল গগৈক লৈ প্ৰতিক্ৰিয়া কৰাৰ লগতে

জাইকা প্ৰজেক্টক লৈ প্ৰতিক্ৰিয়া কৰে। তেওঁ কয় '

অখিল গগৈক মিছাঁ গোচৰত কাৰাৰুদ্ধ কৰা হৈছে।

অখিল গগৈ মাওবাদী নহয়।

শিৱসাগৰৰ জনপ্ৰৱেশে বুজাই দিলে অখিলৰ মুক্তি বিছাৰে জনতাই। কৃষি আইনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ লগতে কয় '

 অসমৰ প্ৰাকৃতিক সম্পদকলৈ অধিকাৰ অসমৰ থাকিব লাগিব। তিনি কৃষি আইনক লৈ প্ৰতিক্ৰিয়া কৰি কয়

'তেওঁলোক ভুমি বিক্ৰি কৰা মানুহ আৰু আমি ভূমি বচোৱা মানুহ। ১৫ লাখটো জনতাই নাপালে, 'সবকা চাথ সবকা' বিকাশো নাপালে'। এই যুদ্ধ ভুমি বিক্ৰি কৰা আৰু ভুমি ৰক্ষা কৰা যুদ্ধ। অখিলক কাৰাৰুদ্ধ কৰি টোলগেট স্থাপন কৰিলে।ব্ৰহ্মপুত্ৰক বচোৱাৰ প্ৰয়োজন আছে।

হিমন্ত বিশ্ব শৰ্মাক অৰাজকতাৰ প্ৰতীক আখ্যা দিয়ে মেধা পাটকাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here