মহানগৰীত চোৰৰ উৎপাত বৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 31 March 2021

মহানগৰীত চোৰৰ উৎপাত বৃদ্ধি

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,  হাতীগাঁও বেলতলা সংযোগী বশিষ্টপুৰ পথৰ এখন ঘৰত  আজি সন্ধিয়া চোৰে মটৰ চাইকেল


এখন চুৰি কৰাৰ চেষ্টা কৰে। কিন্তু গৃহস্থই ঘৰৰ বাহিৰত শব্দ শুনি ওলাই অহাত চোৰ পলাই সাৰিবলৈ সক্ষম হয়। চোৰে মটৰ চাইকেলখনৰ ক্ষতি সাধন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here