ছুপাৰষ্টাৰ ৰজনীকান্তলৈ ৫১ সংখ্যক দাদা চাহেব ফাল্কে বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 April 2021

ছুপাৰষ্টাৰ ৰজনীকান্তলৈ ৫১ সংখ্যক দাদা চাহেব ফাল্কে বঁটা

 #rajinikanth


#kollywood#award#

dadasaheb#southindian#actor#2020


W7S, NEWS, ছুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে ৫১ সংখ্যক দাদা চাহেব ফাল্কে বঁটা ২০২০। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে বৃহস্পতিবাৰে এই বঁটা ঘোষণা কৰিছে। উল্লেখ্য, দক্ষিণৰ ছুপাৰষ্টাৰ গৰাকীয়ে ১৯৭৫ চনত কে বালাচন্দ্ৰাৰ তামিল নাটক 'অপূৰ্ব ৰাগানগাল' ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁ বিগত ৪৫ বছৰ ধৰি কলিউডত সু-খ্যাতি অৰ্জন কৰি আছে। তেওঁ ১৯৫০ চনৰ ১২ ডিচেম্বৰত বাংগালুৰুত জন্ম গ্ৰহণ কৰে। উল্লেখ্য, কলিউডৰ সমানে তেওঁ বলিউডতো জনপ্ৰিয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here