বিশ্ব মূকাভিনয় দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 22 March 2021

বিশ্ব মূকাভিনয় দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী


 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,  বিশ্ব মূকাভিনয় দিৱস উপলক্ষে প্ৰতিবছৰ দৰে এইবাৰো নিৰ্বাকৰ উদ্যোগত বিশ্ব মূকাভিনয় দিৱস উদযাপন কৰা হয় । এই কাৰ্যসূচীৰ লগত সংগতি সোমবাৰে  ৰাখি যুৱ মূকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত চাৰিজনীয়া দলে "ৰাস্তাই-ঘাটে আৰু কিমান পিকাব ? ডিঙিতে এটি বাল্টি ওলোমাই লওক"  শীৰ্ষক এক মুকাভিনয় প্ৰদৰ্শন কৰে। গুৱাহাটীৰ ৰাজপথ, বাছ আস্থান, ফুটপাত, বজাৰৰ লগতে বাছৰ ভিতৰতো মূকাভিনয়ৰে এই প্রদর্শন ৰূপায়ন কৰে। এই কাৰ্যসূচীয়ে  ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, মিনাংক ডেকাই ইয়াৰ পূৰ্বেও বিভিন্ন বিষয়ৰ ওপৰত এনেধৰণৰ সজাগতা মূলক কাৰ্যসূচী নিজাববীয়াকৈ গ্ৰহণ কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here