বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বুজাবুজি চুক্তি স্বাক্ষৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 23 March 2021

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বুজাবুজি চুক্তি স্বাক্ষৰ

 





W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, ভাৰতীয় বিমান প্ৰাধিকৰণ আৰু হৰেকৃষ্ণ মিছনৰ দুখীয়া ৰোগীক খাদ্য যোগানৰ বাবে বুজাবুজি চুক্তি মঙলবাৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰা হয়। বিবিচিআই

আৰু এম এম চি এইছত ৰোগীৰ বাবে যোগান ধৰা হ'ব এই খাদ্য। প্ৰতিদিনে দুয়োখন চিকিৎসালয়ত ৩৫০গৰাকী ৰোগীক খাদ্য যোগান ধৰিব। 

সপ্তাহত দুদিনকৈ এই বিনামূলীয়া খাদ্য যোগান ধৰা হ'ব। এই উপলক্ষে প্ৰতিষ্ঠানত অনুষ্ঠিত সংবাদমেলত

উপস্থিত থাকে এ এ আই  ৰ হৈ এম সুৰেশ, হৰেকৃষ্ণ মুভ মেন্টৰ হৈ জনাৰ্ধন দাসা আৰু বি বি চি আই ৰ অধক্ষ‍্য ডাঃ  অমল চন্দ্ৰ কটকী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here