গুৱাহাটী পৌৰ নিগমৰ পানী যোগান ব্যাহত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 22 March 2021

গুৱাহাটী পৌৰ নিগমৰ পানী যোগান ব্যাহত

 


W7S,NEWS, ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটী পৌৰ নিগমৰ সাত পুখুৰীৰ পানী যোগান কেন্দ্ৰত 

 কাৰিকৰী বিজুতিৰ বাবে ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ সাতপুখুৰীৰ অন্তৰ্গত অঞ্চল- ৰাজভৱন পথ,খাৰঘুলী, লতাশিল, লেম্বৰোড, চানমাৰি, শিলপুখুৰী, বামুনীমৈদান, জয়পুৰ, নিজৰাপাৰ ইত্যাদি অঞ্চলত পানী যোগান ব্যহত হ'ব বুলি পৌৰ নিগম কৰ্তৃপক্ষই এক বিজ্ঞপ্তি যোগে জানিবলৈ দিছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here