মাৰোৱাৰী হাস্পতালৰ ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 20 March 2021

মাৰোৱাৰী হাস্পতালৰ ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ মুকলি

 




W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,   মাৰোৱাৰী হাস্পতালে শনিবাৰে

 মুকলি কৰে ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ ৷ এই উপলক্ষে ফ্লেগ অফ কৰে কলকাতাৰ চি দি ই এছিয়া লিমিটেডৰ উপ-সভাপতি সঞ্জয় সিঙে। 


মাৰোৱাৰী হাস্পতালে লগতে উল্লেখ কৰে  মহানগৰীৰ ৩২-৩৫খন বিভিন্ন স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানলৈ প্ৰয়োজনীয় ৰক্ত প্ৰদান কৰে মাৰোৱাৰী হাস্পতালে ৷

পৰৱৰ্তী পৰ্যায়ত এই ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ ৰাজ্যৰ সকলো প্ৰান্ততে উপলব্ধ হ’ব ৷'

কলকাতাৰ চিডিই এচিয়ান লিমিটেডে চি এছ আৰ পদক্ষেপ হিচাপে মাৰোৱাৰী হাস্পতালক ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা আগবঢ়াইছে ৷ এই অনুষ্ঠানত মাৰোৱাৰী হাস্পতালৰ সভাপতি শৰৎ কুমাৰ জৈন, উপ-সভাপতি অ পি লাহটি, কোষাধ্যক্ষ এম কে আগৰৱাল, ব্লাড বেংকৰ স্বত্বাধিকাৰী ডি পি বাজাজ আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here