W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, মাৰোৱাৰী হাস্পতালে শনিবাৰে
মুকলি কৰে ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ ৷ এই উপলক্ষে ফ্লেগ অফ কৰে কলকাতাৰ চি দি ই এছিয়া লিমিটেডৰ উপ-সভাপতি সঞ্জয় সিঙে।
মাৰোৱাৰী হাস্পতালে লগতে উল্লেখ কৰে মহানগৰীৰ ৩২-৩৫খন বিভিন্ন স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানলৈ প্ৰয়োজনীয় ৰক্ত প্ৰদান কৰে মাৰোৱাৰী হাস্পতালে ৷
পৰৱৰ্তী পৰ্যায়ত এই ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ ৰাজ্যৰ সকলো প্ৰান্ততে উপলব্ধ হ’ব ৷'
কলকাতাৰ চিডিই এচিয়ান লিমিটেডে চি এছ আৰ পদক্ষেপ হিচাপে মাৰোৱাৰী হাস্পতালক ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা আগবঢ়াইছে ৷ এই অনুষ্ঠানত মাৰোৱাৰী হাস্পতালৰ সভাপতি শৰৎ কুমাৰ জৈন, উপ-সভাপতি অ পি লাহটি, কোষাধ্যক্ষ এম কে আগৰৱাল, ব্লাড বেংকৰ স্বত্বাধিকাৰী ডি পি বাজাজ আদি উপস্থিত থাকে।
No comments:
Post a Comment