বি বৰুৱা কলেজলৈ(স্বশাসিত )ভূমি আবণ্টন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 13 September 2026

বি বৰুৱা কলেজলৈ(স্বশাসিত )ভূমি আবণ্টন






W7s news গুৱাহাটী::অসমৰ বিত্ত , পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, খনি আৰু খনিজ পদাৰ্থ  বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বি বৰুৱা কলেজৰ ৮৪ তম্  প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত, ২০২৪ চনৰ প্ৰতিষ্ঠা দিৱসৰ সভাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মৰ্মে কলেজৰ নিকতৱৰ্তী উলুবাৰী ত অবস্থিত ৩বিঘা ১কথা ২লেচা মাটি বি বৰুৱা কলেজৰ শিক্ষক ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ বিষয়ববীয়াৰ উপস্থিত থকা জনাকীৰ্ণ সভাত আৱণ্টন কৰা বুলি ঘোষণা কৰি প্ৰয়োজনীয় ভূমিৰ নথি কলেজৰ অধ্যক্ষ ডঃ সত্যেন্দ্ৰ নাথ বৰ্মনৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। কলেজ পৰিয়াল উৎফুল্লিত হোৱাৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বিশেষ ভাৱে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here